‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উপলক্ষে গোৱাবাসীলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। "গোৱাৰ অনন্য সংস্কৃতি হৈছে ভাৰতৰ গৌৰৱ। গোৱাৰ জনতাই বিভিন্ন খণ্ডত শক্তিশালী স্থান দখল কৰি আহিছে। এই ৰাজ্যখনে সদায় সমগ্ৰ বিশ্বৰ মানুহক আকৰ্ষিত কৰি আহিছে", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"গোৱাৰ ভাই-ভনীসকললৈ তেওঁলোকৰ ‘ৰাজ্য প্ৰতিষ্ঠা দিৱস’ উপলক্ষে শুভেচ্ছা জনাইছোঁ। গোৱাৰ অনন্য সংস্কৃতি হৈছে ভাৰতৰ গৌৰৱ। গোৱাৰ জনসাধাৰণে বৈচিত্ৰময় খণ্ডত এক শক্তিশালী স্থান দখল কৰি আহিছে। এই ৰাজ্যখনে সদায় সমগ্ৰ বিশ্বৰ পৰা মানুহক আকৰ্ষিত কৰি আহিছে। যোৱা এটা দশকত বহু কাম কৰা হৈছে, যিয়ে গোৱাৰ অগ্ৰগতিক অধিক ত্বৰান্বিত কৰিছে। আগন্তুক সময়ত ৰাজ্যখনে উন্নয়নৰ নতুন নতুন  উচ্চতাত উপনীত হওক।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth