প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে শিক্ষাগুৰুসকলক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লি ৰাধাকৃষ্ণনকো তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"শিক্ষক দিৱসত, সমগ্ৰ শিক্ষা সমাজক অভিনন্দন, যিসকলে সদায় উদ্যমী মনবোৰক প্ৰতিপালন কৰাত কেন্দ্ৰীয় ভূমিকা পালন কৰিছে। কোভিড-১৯ৰ সময়ত কেনেকৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে নৱোন্মেষণ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰা অব্যাহত ৰখাটো নিশ্চিত কৰিছে ই প্ৰশংসনীয়। 

মই ড৹ এছ ৰাধাকৃষ্ণনক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আমাৰ দেশৰ প্ৰতি তেওঁৰ প্ৰসিদ্ধ পাণ্ডিত্যৰ লগতে অৰিহণাক স্মৰণ কৰিছো।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How ODOP is helping Pratapgarh turn its amla into a bigger business

Media Coverage

How ODOP is helping Pratapgarh turn its amla into a bigger business
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ছেপ্টেম্বৰ 2026
September 01, 2026

#ModiHaiTohMumkinHai: Economy, Diplomacy and Atmanirbhar Milestones in One Social-Media Sweep