প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব’হাগ বিহু উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ জানিবলৈ দিয়ে যে এইবেলি ব’হাগ বিহুত তেওঁ ৰাজ্যখনৰ অসাধাৰণ জনতাৰ সৈতে এই অনুষ্ঠান উদযাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"সুন্দৰ বহাগ বিহু এটাৰ কামনা কৰিছো!"
Have a wonderful Bohag Bihu! pic.twitter.com/ansUPZ9qpN
— Narendra Modi (@narendramodi) April 14, 2023


