প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গোবিন্দ সিংহ জীৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক অভিনন্দন জনাইছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"শ্ৰী গুৰু গোবিন্দ সিংহ জীৰ প্ৰকাশ পৰ্বত অভিনন্দন। তেওঁৰ জীৱন আৰু বাৰ্তাই লাখ লাখ লোকক শক্তি দিয়ে। মই সদায় এই তথ্য যতনাই ৰাখিম যে আমাৰ চৰকাৰে তেওঁৰ ৩৫০তম প্ৰকাশ উৎসৱ পালনৰ সুযোগ লাভ কৰিছে। সেই সময়ৰ নিজৰ পাটনা যাত্ৰাৰ কিছু ৰেঙনি ভাগবাতোৱাৰা কৰিছো। https://t.co/1ANjFXI1UA"

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Made In India: Reshaping Global Markets And Dominating With Phenomenal Products

Media Coverage

Made In India: Reshaping Global Markets And Dominating With Phenomenal Products
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Goa Governor meets PM
July 17, 2024

The Governor of Goa Shri P.S. Sreedharan Pillai met Prime Minister Shri Narendra Modi today.

The Prime Minister's Office (PMO) posted on X:

"Governor of Goa, Shri P.S. Sreedharan Pillai, met Prime Minister @narendramodi today."