প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আষাঢ়ী একাদশী উপলক্ষে ৰাইজক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে আমি ভগৱান বিঠালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ সকলোৰে ওপৰত তেওঁৰ অবিৰত আশীৰ্বাদ বিচাৰিছো।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

"देशवासियों को आषाढ़ी एकादशी की असीम शुभकामनाएं। यह पावन अवसर हर किसी के लिए फलदायी सिद्ध हो, यही कामना है।"

 

"আষাঢ়ী একাদশীৰ শুভেচ্ছা জনাইছোঁ! আমি ভগৱান বিঠালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ সকলোৰে ওপৰত তেওঁৰ অবিৰত আশীৰ্বাদ বিচাৰিছো। তেওঁ আমাক সুখ আৰু প্ৰাচুৰ্যৰে ভৰা এখন সমাজৰ বাবে পথ প্ৰদৰ্শন কৰক যাতে আমি  দুখীয়া আৰু নিপীড়িত লোকৰ সেৱা কৰি যাব পাৰো।"

 

“आषाढी एकादशीच्या या पवित्र दिनाच्या मनोभावे शुभेच्छा! आपल्यावर विठ्ठलाचे आशीर्वाद सदैव असेच कायम राहोत हीच विठ्ठलाच्या चरणी आपली प्रार्थना आणि कामना. भगवान विठ्ठल आपल्याला आनंदी आणि समृद्धीमय समाजासाठी मार्गदर्शन करत राहो, आणि आपणही गरीब आणि वंचितांची सेवा करत राहू या.”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India brought the lion back from the brink: In Union minister Bhupender Yadav's words

Media Coverage

How India brought the lion back from the brink: In Union minister Bhupender Yadav's words
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat