প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।এই উপলক্ষে শ্ৰী মোদীয়ে শেহতীয়াভাৱে গীতাৰ ওপৰত আগবঢ়োৱা দুটি বক্তৃতা সকলোৰে সৈতে ভাগ-বতৰা কৰে।

 

এক টুইট শৃংখলাযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘আজি গীতা জয়ন্তীত শেহতীয়াভাৱে গীতাৰ ওপৰত আগবঢ়োৱা দুটি বক্তৃতা মই সকলোৰে সৈতে ভাগ-বতৰা কৰিছোঁ। স্বামী চিদ্ভাভানন্দৰ ভাগৱত গীতাৰ ই-বুক সংস্কৰণ মুকলি কৰা হৈছে।

গীতাৰ ওপৰত বিভিন্ন পণ্ডিতৰ ভাষ্যৰ সৈতে এখন পাণ্ডুলিপি মুকলি কৰা হৈছে।

সৰ্বোপনিষদো গাৱো দোগ্ধা গোপাল নন্দনঃ।

পাৰ্থ বৎসঃ সুধীৰভোক্তা দুগ্ধ গীতামৃত মহত্।।

গীতা জয়ন্তীৰ শুভেচ্ছা।

গীতা জয়ন্তীত শুভেচ্ছা।

জীৱনৰ বিভিন্ন ক্ষেত্ৰত গীতাৰ ব্যৱহাৰিক নিৰ্দেশনা, গীতাৰ শিক্ষাসমূহ বিশ্বব্যাপী প্ৰতিধ্বনিত হোৱা দেখি অতিশয় আনন্দিত।’

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ছেপ্টেম্বৰ 2026
September 15, 2026

A Mandate of Performance: Civic Wins, IPO Surge and Neighbourly Power Reflect Faith in PM Modi’s Leadership