Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উড়িয়া নৱ বৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তি উপলক্ষে ওড়িশাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, শ্ৰী মোদীয়ে “শুভ উড়িয়া নৱ বৰ্ষ!” বুলি সকলোকে শুভেচ্ছা জনাই আৰু এইবুলি লিখে “উড়িয়া নৱ বৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তি উপলক্ষে ওড়িশাৰ জনসাধাৰণলৈ মোৰ হিয়াভৰা ওলগ জনাইছো। আগন্তুক বৰ্ষটোত যাতে আপোনালোকৰ সকলো আকাংক্ষা পৰিপূৰ্ণ হয়, মই তাৰে প্ৰাৰ্থনা জনাইছো। সকলোৰে জীৱন সু-স্বাস্থ্য আৰু সুখেৰ ওপচি পৰক।”

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Forex reserves surge by $58.38 bn in first half of FY22: RBI report

Media Coverage

Forex reserves surge by $58.38 bn in first half of FY22: RBI report
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 অক্টোবৰ 2021
October 28, 2021
Share
 
Comments

Citizens cheer in pride as PM Modi addresses the India-ASEAN Summit.

India appreciates the various initiatives under the visionary leadership of PM Modi.