প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ দেৱভূমিৰ চহকী পৰম্পৰা, অনন্য সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ জনসাধাৰণৰ অধ্যৱসায়, কৰ্তব্যবোধ আৰু নম্ৰতাৰ বাবে এক বিশেষ পৰিচয় আছে।

এই শুভক্ষণত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ সকলো পৰিয়ালৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখে;

"হিমাচল দিৱসত সকলো হিমাচলীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পবিত্ৰ ভূমিয়ে ইয়াৰ চহকী পৰম্পৰা, অনন্য সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু নম্ৰতাৰ বাবে এক বিশেষ পৰিচয় লাভ কৰিছে। এই শুভক্ষণত ৰাজ্যখনৰ সকলো পৰিয়ালৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's rise is coming at an important time... because the world needs India, says Jane Fraser, Board Chair and CEO, Citi

Media Coverage

India's rise is coming at an important time... because the world needs India, says Jane Fraser, Board Chair and CEO, Citi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"