প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোছ হাছানাহ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াঁহুলৈ শুভেচ্ছা জ্ঞাপন কৰে। ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্ব ইহুদী সম্প্ৰদায়কো তেওঁলোকৰ নতুন বছৰত শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰীয়ে।

“মোৰ বন্ধু প্ৰধানমন্ত্ৰী @netanyahu, ইজৰাইলৰ জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী সমুদায়লৈ ৰোছ হাছানাহৰ শুভেচ্ছা যাচিছোঁ। নতুন বছৰে সকলোৰে জীৱনত শান্তি, আশা আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। ছানা টোভা!”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Assam meets Prime Minister
May 30, 2026

Chief Minister of Assam, Shri Himanta Biswa Sarma met Prime Minister, Shri Narendra Modi today in New Delhi.

The Prime Minister’s Office posted on X;

“Chief Minister of Assam, Shri @himantabiswa met Prime Minister @narendramodi.

@CMOfficeAssam”