প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৌ সেনা দিৱসত সকলো নৌ সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে৷

এট টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“নৌ সেনা দিৱসত সকলো নৌ সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছো৷ আমি আমাৰ চহকী সামূদ্ৰিক ইতিহাসক লৈ গৌৰৱান্বিত৷ ভাৰতীয় নৌ সেনাই আমাৰ দেশখনক দৃঢ়তাৰে সুৰক্ষিত কৰি ৰাখিছে আৰু প্ৰত্যাহ্বানমূলক সময়ত নিজৰ মানৱীয় মনোভাৱেৰে নিজকে পৃথক কৰি তুলিছে৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Eway bills rise 7.7% to 139.08 mn in August, third highest on record

Media Coverage

Eway bills rise 7.7% to 139.08 mn in August, third highest on record
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership