প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব ৰেডিঅ' দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে সকলোকে ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই মাহৰ মন কী বাতৰ বাবে সকলোকে নিজৰ নিজৰ ধাৰণা আৰু পৰামৰ্শবোৰ শ্বেয়াৰ কৰিবলৈও আহ্বান জনায়।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখে :

"বিশ্ব ৰেডিঅ' দিৱসৰ শুভেচ্ছা জনালো!

মানুহক অৱগত কৰা, অনুপ্ৰেৰণা দিয়া আৰু সংযোগ কৰা ৰেডিঅ' হৈছে বহুসংখ্যক লোকৰ বাবে এক কালজয়ী জীৱনৰেখা। বাতৰি আৰু সংস্কৃতিৰ পৰা সংগীত আৰু কাহিনী কথনলৈকে ই সৃষ্টিশীলতাক উদযাপন কৰা এক শক্তিশালী মাধ্যম ।

ৰেডিঅ’ৰ জগতখনৰ সৈতে জড়িত সকলোকে মই প্ৰশংসা কৰো। মই লগতে ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া এই মাহৰ #MannKiBaat ৰ বাবে আপোনালোকৰ ধাৰণা আৰু পৰামৰ্শবোৰ শ্বেয়াৰ কৰিবলৈও আপোনালোক সকলোকে আহ্বান জনাইছো।

https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-23rd-february-2025

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance