প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে।
এক্সত এলানি পৃথক পোষ্টত তেওঁ কয়ঃ
"আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই শুভক্ষণে সকলো দেশবাসীৰ জীৱনলৈ নতুন উদ্যম আৰু নতুন স্ফুৰ্তি কঢ়িয়াই আনক, যাতে এখন বিকশিত ভাৰতৰ গঢ় দিয়াত নতুন গতি লাভ কৰে। জয় হিন্দ!””
“সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আৰু অধিক কষ্ট কৰিবলৈ আৰু এখন বিকশিত ভাৰত গঢ়াৰ বাবে এই দিনটোৱে আমাক অনুপ্ৰাণিত কৰক। জয় হিন্দ!
आप सभी को स्वतंत्रता दिवस की हार्दिक शुभकामनाएं। मेरी कामना है कि यह सुअवसर सभी देशवासियों के जीवन में नया जोश और नई स्फूर्ति लेकर आए, जिससे विकसित भारत के निर्माण को नई गति मिले। जय हिंद!
— Narendra Modi (@narendramodi) August 15, 2025
Wishing everyone a very happy Independence Day. May this day inspire us to keep working even harder to realise the dreams of our freedom fighters and build a Viksit Bharat. Jai Hind!
— Narendra Modi (@narendramodi) August 15, 2025


