প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰি উপলক্ষ্যে আজি সকলোকে শুভেচ্ছা জনাইছে। “আদিদেৱ মহাদেৱে সদায় সকলোৰে ওপৰত নিজৰ কৃপা বৰ্ষণ কৰক।সকলোৱে মংগলৰ বাবে আশীৰ্বাদ লাভ কৰক আৰু আমাৰ ভাৰতবৰ্ষ সমৃদ্ধিৰ শিখৰৰ সিংহাসনতউপবিষ্ট হওক”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল। আদিদেৱ মহাদেৱে সদায় সকলোৰে ওপৰত আশীৰ্বাদ বৰ্ষণ কৰক। তেওঁৰ আশীৰ্বাদে সকলোৰে বাবে সমৃদ্ধি কঢ়িয়াই আনক আৰু আমাৰ ভাৰতে সমৃদ্ধিৰ শিখৰত উপনীত হওক।"

হৰ হৰ মহাদেৱ!"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India