প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান পৰশুৰাম জয়ন্তী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্সৰ এটা পোষ্টত তেওঁ লিখিছে-

 “সকলো দেশবাসীলৈ ভগৱান পৰশুৰাম জয়ন্তীৰ বহু বহু শুভকামনা জনাইছো।অস্ত্ৰ-শস্ত্ৰ আৰু শাস্ত্ৰৰ ঐশ্বৰিক জ্ঞানৰ বাবে পূজনীয় ভগৱান পৰশুৰামৰ কৃপাত সকলোৰে জীৱন সাহস আৰু শক্তিৰে পৰিপূৰ্ণ হওক, এয়াই কামনা কৰিলোঁ।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation

Media Coverage

Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026