প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক দিৱস উপলক্ষে প্ৰতিগৰাকী চিকিৎসককে শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘চিকিৎসক দিৱসত প্ৰতিগৰাকী চিকিৎসকক মোৰ শুভেচ্ছা। চিকিৎসা জগতত ভাৰতৰ প্ৰগতি প্ৰশংসনীয় আৰু ই আমাৰ ধৰিত্ৰীক স্বাস্থ্যৱান কৰি তোলাত অৰিহণা যোগাইছে।
কেইদিনমান আগতে #MannKiBaatত মই এইদৰে কৈছিলো।’
On Doctors Day, my greetings to all doctors. India's strides in the world of medicine are commendable and have contributed to making our planet healthier.
— Narendra Modi (@narendramodi) July 1, 2021
Here is what I said during #MannKiBaat a few days ago. pic.twitter.com/KWw3WTrVAA


