প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বি এছ এফৰ জোৱানসকলক তেওঁলোকৰ বাহিনীটোৰ প্ৰতিষ্ঠা  দিৱস উপলক্ষ্যে  শুভেচ্ছা জ্ঞাপন" কৰে । শ্ৰী মোদীয়ে কয় যে বি এছ এফ ভাৰতৰ অটল সংকল্প আৰু পৰম পেছাদাৰিত্বৰ প্ৰতীক।

 

"তেওঁলোকে কিছুমান অতি প্ৰত্যাহ্বানমূলক ভূখণ্ডত সেৱা আগবঢ়ায়। তেওঁলোকৰ সাহসৰ সমান্তৰালভাৱে তেওঁলোকৰ মানৱীয় মনোভাৱো ব্যতিক্ৰমী", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত  এনেদৰে পোষ্ট কৰিছে:

"বিএছএফৰ প্ৰতিষ্ঠা   দিৱসত বাহিনীটোৰ  সকলো কৰ্মীলৈ মোৰ শুভেচ্ছা। বিএছএফ ভাৰতৰ অটল সংকল্প আৰু চৰম পেছাদাৰিত্বৰ প্ৰতীক। তেওঁলোকৰ কৰ্তব্যবোধ আদৰ্শনীয়।"

কিছুমান আটাইতকৈ প্ৰত্যাহ্বানমূলক ভূখণ্ডত তেওঁলোকে সেৱা আগবঢ়ায়। সাহসৰ সমান্তৰালভাৱে তেওঁলোকৰ মানৱীয় মনোভাৱো ব্যতিক্ৰমী।

 

আমাৰ দেশৰ সেৱা আৰু সুৰক্ষাৰ চেষ্টাত ব্ৰতী বাহিনীটোক মোৰ শুভেচ্ছা জনাইছো।"

@BSF_India

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুন 2026
June 03, 2026

One Vision, Many Fronts: How PM Modi is Building Viksit Bharat Across Tech, Defense, Green Energy & Welfare