প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অমিতাভ বচ্চনক তেওঁৰ ৮০ তম জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, অমিতাভ বচ্চন হৈছে ভাৰতৰ সবাতোকৈ অনন্য এক চলচ্চিত্ৰ ব্যক্তিত্ব, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকক আকৰ্ষিত কৰি আহিছে, আৰু মনোৰঞ্জন দিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"অমিতাভ বচ্চন জীক ৮০ তম জন্মদিনৰ শুভেচ্ছা জনাইছো। তেওঁ ভাৰতৰ সবাতোকৈ অনন্য চলচ্চিত্ৰ ব্যক্তিত্ববোৰৰ মাজৰ এগৰাকী, যিয়ে দৰ্শকসকলক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখিছে, মনোৰঞ্জন দি আহিছে। তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vietnam group to invest $8.5 billion in Maharashtra

Media Coverage

Vietnam group to invest $8.5 billion in Maharashtra
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 এপ্ৰিল 2026
April 08, 2026

Bold Vision, Tangible Wins: PM Modi’s India Leads in AI, EVs, Nuclear & Inclusive Entrepreneurship