প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় চিতা বাঘ দিৱস উপলক্ষে চিতা সুৰক্ষাৰ বাবে সমৰ্পিত সকলো বন্যপ্ৰাণী প্ৰেমী আৰু সংৰক্ষণবিদক শুভেচ্ছা জনাইছে। "আমাৰ চৰকাৰে তিনি বছৰ পূৰ্বে এই প্ৰকাণ্ড প্ৰাণীটোক সুৰক্ষিতকৰণৰ লগতে ইয়াৰ শ্ৰীবৃদ্ধি ঘটা এটা বাতাবৰণ পুনৰুদ্ধাৰৰ লক্ষ্যৰে প্ৰজেক্ট চিতা আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও এয়া আছিল হেৰুৱা পৰিবেশগত ঐতিহ্যক পুনৰুজ্জীৱিতকৰণৰ লগতে আমাৰ জৈৱ বৈচিত্ৰ্যক সুদৃঢ়কৰণৰ অৰ্থে এটি প্ৰচেষ্টা", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"আন্তঃৰাষ্ট্ৰীয় চিতা বাঘ দিৱস উপলক্ষে আমাৰ গ্ৰহৰ অন্যতম অতিশয় উল্লেখযোগ্য প্ৰাণী চিতা বাঘৰ সুৰক্ষাৰ বাবে সমৰ্পিত সকলো বন্যপ্ৰাণী প্ৰেমী আৰু সংৰক্ষণবিদক শুভেচ্ছা জনাইছো। আমাৰ চৰকাৰে তিনি বছৰ পূৰ্বে এই প্ৰকাণ্ড প্ৰাণীটোক সুৰক্ষিতকৰণৰ লগতে ইয়াৰ শ্ৰীবৃদ্ধি ঘটা এটা বাতাবৰণ পুনৰুদ্ধাৰৰ লক্ষ্যৰে প্ৰজেক্ট চিতা আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও এয়া আছিল হেৰুৱা পৰিবেশগত ঐতিহ্যক পুনৰুজ্জীৱিতকৰণৰ লগতে আমাৰ জৈৱ বৈচিত্ৰ্যক সুদৃঢ়কৰণৰ অৰ্থে এটি প্ৰচেষ্টা।"
On International Cheetah Day, my best wishes to all wildlife lovers and conservationists dedicated to protecting the cheetah, one of our planet’s most remarkable creatures. Three years ago, our Government launched Project Cheetah with the aim of safeguarding this magnificent… pic.twitter.com/FJgfJqoGeA
— Narendra Modi (@narendramodi) December 4, 2025


