মকৰ সংক্ৰান্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ এছ বোম্মাইৰ মকৰ সংক্ৰান্তিৰ শুভেচ্ছাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
‘ৰাষ্ট্ৰীয় প্ৰগতিত অভূতপূৰ্ব অৱদান আগবঢ়োৱা কৰ্ণাটকৰ মোৰ ভগ্নী আৰু ভাতৃসকলক মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জনাইছোঁ। ৰাজ্যখনৰ জনসাধাৰণৰ সবলীকৰণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাম কৰি যাব।’
Makar Sankranti wishes to my sisters and brothers of Karnataka, a state which makes unprecedented contributions to national progress.
— Narendra Modi (@narendramodi) January 15, 2022
The Centre and State Government will keep working for the empowerment of the people of the state. https://t.co/0OquZrKy6W


