প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে আজি গোলকীয় ভাৰতীয় সম্প্ৰদায়ক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰবাসী ভাৰতীয়সকলে ভাৰত আৰু বিশ্বৰ মাজত এক শক্তিশালী সেতু হিচাপে কাম কৰি আছে।

তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে প্ৰবাসীসকলক ভাৰতৰ আৰু অধিক ওচৰ চপাবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ

‘প্ৰবাসী ভাৰতীয় দিৱসত আন্তৰিক শুভেচ্ছা জনালো। প্ৰবাসী ভাৰতীয়সকল ভাৰত আৰু বিশ্বৰ মাজত এক শক্তিশালী সেতু হৈ আছে। তেওঁলোকে য’লৈকে গৈছে সমাজখনক সমৃদ্ধ কৰিছে আৰু একে সময়তে নিজৰ মূলৰ সৈতে সংযুক্ত হৈ আছে। মই প্ৰায়ে কওঁ যে আমাৰ প্ৰবাসীসকল হৈছে আমাৰ ৰাষ্ট্ৰদূত, যিয়ে ভাৰতৰ সংস্কৃতিক বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিছে। আমাৰ চৰকাৰে আমাৰ প্ৰবাসীসকলক ভাৰতৰ আৰু অধিক ওচৰ চপাই আনিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।’

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New FTAs open big export gains across key sectors

Media Coverage

New FTAs open big export gains across key sectors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership