প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। "প্ৰকৃতিৰ কোলাত বাস কৰা আমাৰ এই ঐশ্বৰিক ভূমিয়ে আজি পৰ্যটনৰ লগতে প্ৰতিটো ক্ষেত্ৰতে প্ৰগতিৰ এক নতুন গতি লাভ কৰিছে", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ সংখ্যক বাৰ্ষিকী উপলক্ষে ৰাজ্যখনত বাস কৰা মোৰ সকলো ভাই-ভনীলৈ বহুত বহুত অভিনন্দন জনাইছো। প্ৰকৃতিৰ কোলাত বসতি স্থাপন কৰা আমাৰ এই দেৱভূমিয়ে আজি পৰ্যটনৰ লগতে প্ৰতিটো ক্ষেত্ৰৰ প্ৰগতিত এক নতুন গতি প্ৰদান কৰিছে। ৰাজ্যখনৰ এই বিশেষ দিন উপলক্ষে মই ইয়াৰ নম্র,কঠোৰ পৰিশ্ৰমী আৰু ঈশ্বৰপ্ৰিয় লোকসকলৰ সুখ,সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্য কামনা কৰিছো"
उत्तराखंड की स्थापना की 25वीं वर्षगांठ पर राज्य के मेरे सभी भाई-बहनों को अनेकानेक शुभकामनाएं। प्रकृति की गोद में बसी हमारी यह देवभूमि आज पर्यटन के साथ-साथ हर क्षेत्र में प्रगति की नई रफ्तार भर रही है। प्रदेश के इस विशेष अवसर पर मैं यहां के विनम्र, कर्मठ और देवतुल्य लोगों की…
— Narendra Modi (@narendramodi) November 9, 2025


