প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চি আৰ পি এফৰ সকলো জোৱানক বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয়  "চি আৰ পি এফৰ জোৱানসকলে অতি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজত নিজৰ কৰ্তব্য, সাহস আৰু অটল দায়বদ্ধতাৰে এক বিশেষ স্থান দখল কৰিছে।"

এক্সৰ এটা  পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-

"চি আৰ পি এফৰ সকলো জোৱানলৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা। এই বাহিনীটোৱে  আমাৰ নিৰাপত্তা ব্যৱস্থাত, বিশেষকৈ আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত প্ৰত্যাহ্বানমূলক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চি আৰ পি এফ কৰ্মীসকলে অতি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজত নিজৰ কৰ্তব্য, সাহস আৰু অটল দায়বদ্ধতাৰে এক বিশেষ স্থান দখল কৰিছে।। মানৱীয় প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত তেওঁলোকৰ অৱদানো প্ৰশংসনীয়।"

@crpfindia

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation

Media Coverage

Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026