প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ৰথ যাত্ৰাক ভাৰতৰ কালজয়ী আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক উজ্জ্বল অভিব্যক্তি আখ্যা দি কয় যে এই যাত্ৰা নম্রতা, সামূহিক অংশগ্ৰহণ আৰু নিঃস্বাৰ্থ সেৱাৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

পবিত্ৰ ৰথ যাত্ৰা উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো। এয়া ভাৰতৰ কালজয়ী আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক উজ্জ্বল অভিব্যক্তি। ৰথ যাত্ৰাৰ সৈতে জড়িত পৰম্পৰাই সমগ্ৰ ভাৰত আৰু বিশ্বৰ প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰিছে। ইয়াৰ জৰিয়তে নম্রতা, সামূহিক অংশগ্ৰহণ আৰু নিঃস্বাৰ্থ সেৱা প্ৰতিফলিত হয়।

মহাপ্রভু জগন্নাথে সকলোকে সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ দিয়ক। তেওঁ আমাক আমাৰ সকলো প্ৰচেষ্টাৰ বাবে শক্তি দিয়ক আৰু আমাৰ সমাজত একতাৰ মনোভাৱ গভীৰ কৰক।

জয় জগন্নাথ!

 

ପବିତ୍ର ରଥଯାତ୍ରା ଅବସରରେ ସମସ୍ତଙ୍କୁ ଶୁଭେଚ୍ଛା । ଏହା ଭାରତର କାଳଜୟୀ ଆଧ୍ୟାତ୍ମିକ ଏବଂ ସାଂସ୍କୃତିକ ଐତିହ୍ୟର ଏକ ଅନନ୍ୟ ଅଭିବ୍ୟକ୍ତି । ରଥଯାତ୍ରା ସହ ଜଡିତ ପରମ୍ପରା ଭାରତ ଏବଂ ବିଶ୍ୱର ଅନେକ ପିଢ଼ିକୁ ପ୍ରେରଣା ଦେଇଛି । ଏହା ବିନମ୍ରତା, ସାମୂହିକ ଅଂଶଗ୍ରହଣ ଏବଂ ନିଃସ୍ୱାର୍ଥପର ସେବାକୁ ପ୍ରତିଫଳିତ କରେ ।

ମହାପ୍ରଭୁ ଜଗନ୍ନାଥ ସମସ୍ତଙ୍କୁ ଉତ୍ତମ ସ୍ୱାସ୍ଥ୍ୟ, ସୁଖ ଏବଂ ସମୃଦ୍ଧି ପ୍ରଦାନ କରନ୍ତୁ । ସେ ଆମକୁ ସମସ୍ତ ପ୍ରୟାସ ପାଇଁ ଶକ୍ତି ଦିଅନ୍ତୁ ଏବଂ ସମାଜରେ ଏକତାର ଭାବନାକୁ ଆହୁରି ସୁଦୃଢ଼ କରନ୍ତୁ ।

ଜୟ ଜଗନ୍ନାଥ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How AI & next-gen tech driving India’s MedTech growth

Media Coverage

How AI & next-gen tech driving India’s MedTech growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi