প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালা পিৰাভি উপলক্ষে কেৰালাবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।
শ্ৰী মোদীয়ে কয় যে কেৰালাৰ জনসাধাৰণে বিভিন্ন খণ্ডত বিশ্বব্যাপী পাৰদৰ্শিতা দেখুৱাইছে আৰু তেওঁলোক সৃষ্টিশীলতা তথা উদ্ভাৱনৰ বাবে পৰিচিত। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সংস্কৃত প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ জনসাধাৰণৰ সুস্বাস্থ্য তথা অবিৰত সফলতা কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়;
“কেৰালা পিৰাভিলৈ উষ্ম শুভেচ্ছা!এইখন এনে এখন ৰাজ্য যাৰ জনসাধাৰণে বিশ্বজুৰি বিভিন্ন খণ্ডত পাৰদৰ্শিতা দেখুৱাই আহিছে আৰু নিজৰ সৃষ্টিশীলতাৰ লগতে উদ্ভাৱনৰ বাবেও নিজকে বিশিষ্ট কৰি তুলিছে।ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সংস্কৃতিক প্ৰতিফলিত কৰে।কেৰালাৰ জনসাধাৰণে সদায় সুস্বাস্থ্য আৰু সফলতাৰে ধন্য হওক।”
কেৰেলা পিৰাভিলৈ উষ্ম শুভেচ্ছা! এইখন এনে এখন ৰাজ্য যাৰ জনসাধাৰণে বিশ্বজুৰি বিভিন্ন খণ্ডত পাৰদৰ্শিতা দেখুৱাই আহিছে আৰু নিজৰ সৃষ্টিশীলতাৰ লগতে উদ্ভাৱনৰ বাবেও নিজকে বিশিষ্ট কৰি তুলিছে। ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সাংস্কৃতিক...
Warm wishes on Kerala Piravi! This is a state whose people have been excelling in diverse sectors globally and have distinguished themselves for their creativity as well as innovation. The state’s scenic landscapes and centuries-old heritage reflect India’s vibrant cultural…
— Narendra Modi (@narendramodi) November 1, 2025
“കേരളപ്പിറവി ദിനത്തിൽ ഏവർക്കും ഊഷ്മളമായ ആശംസകൾ! ആഗോളതലത്തിൽ വൈവിധ്യമാർന്ന മേഖലകളിൽ മികവ് പുലർത്തുന്നവരും, സർഗ്ഗാത്മകതയ്ക്കും നൂതനാശയങ്ങൾക്കും പേരുകേട്ടവരുമായ ജനതയുൾക്കൊള്ളുന്ന സംസ്ഥാനമാണിത്. ഈ സംസ്ഥാനത്തിന്റെ മനോഹരമായ ഭൂപ്രകൃതിയും നൂറ്റാണ്ടുകൾ പഴക്കമുള്ള പൈതൃകവും ഇന്ത്യയുടെ ഊർജസ്വലമായ സാംസ്കാരിക പ്രൗഢി പ്രതിഫലിപ്പിക്കുന്നു. കേരളത്തിലെ ജനങ്ങൾക്ക് എല്ലായ്പ്പോഴും മെച്ചപ്പെട്ട ആരോഗ്യവും വിജയവും കൈവരട്ടെ.”
കേരളപ്പിറവി ദിനത്തിൽ ഏവർക്കും ഊഷ്മളമായ ആശംസകൾ! ആഗോളതലത്തിൽ വൈവിധ്യമാർന്ന മേഖലകളിൽ മികവ് പുലർത്തുന്നവരും, സർഗ്ഗാത്മകതയ്ക്കും നൂതനാശയങ്ങൾക്കും പേരുകേട്ടവരുമായ ജനതയുൾക്കൊള്ളുന്ന സംസ്ഥാനമാണിത്. ഈ സംസ്ഥാനത്തിന്റെ മനോഹരമായ ഭൂപ്രകൃതിയും നൂറ്റാണ്ടുകൾ പഴക്കമുള്ള പൈതൃകവും ഇന്ത്യയുടെ…
— Narendra Modi (@narendramodi) November 1, 2025


