প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালা পিৰাভি উপলক্ষে কেৰালাবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।

শ্ৰী মোদীয়ে কয় যে কেৰালাৰ জনসাধাৰণে বিভিন্ন খণ্ডত বিশ্বব্যাপী পাৰদৰ্শিতা দেখুৱাইছে আৰু তেওঁলোক সৃষ্টিশীলতা তথা উদ্ভাৱনৰ বাবে পৰিচিত। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সংস্কৃত প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ জনসাধাৰণৰ  সুস্বাস্থ্য তথা অবিৰত সফলতা কামনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয়;

 

“কেৰালা পিৰাভিলৈ উষ্ম শুভেচ্ছা!এইখন এনে এখন ৰাজ্য যাৰ জনসাধাৰণে বিশ্বজুৰি বিভিন্ন খণ্ডত পাৰদৰ্শিতা দেখুৱাই আহিছে আৰু নিজৰ সৃষ্টিশীলতাৰ লগতে উদ্ভাৱনৰ বাবেও নিজকে বিশিষ্ট কৰি তুলিছে।ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সংস্কৃতিক প্ৰতিফলিত কৰে।কেৰালাৰ জনসাধাৰণে সদায় সুস্বাস্থ্য আৰু সফলতাৰে ধন্য হওক।”

 

 

কেৰেলা পিৰাভিলৈ উষ্ম শুভেচ্ছা! এইখন এনে এখন ৰাজ্য যাৰ জনসাধাৰণে বিশ্বজুৰি বিভিন্ন খণ্ডত পাৰদৰ্শিতা দেখুৱাই আহিছে আৰু নিজৰ সৃষ্টিশীলতাৰ লগতে উদ্ভাৱনৰ বাবেও নিজকে বিশিষ্ট কৰি তুলিছে। ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সাংস্কৃতিক...

 

 

“കേരളപ്പിറവി ദിനത്തിൽ ഏവർക്കും ഊഷ്മളമായ ആശംസകൾ! ആഗോളതലത്തിൽ വൈവിധ്യമാർന്ന മേഖലകളിൽ മികവ് പുലർത്തുന്നവരും, സർഗ്ഗാത്മകതയ്ക്കും നൂതനാശയങ്ങൾക്കും പേരുകേട്ടവരുമായ ജനതയുൾക്കൊള്ളുന്ന സംസ്ഥാനമാണിത്. ഈ സംസ്ഥാനത്തിന്റെ മനോഹരമായ ഭൂപ്രകൃതിയും നൂറ്റാണ്ടുകൾ പഴക്കമുള്ള പൈതൃകവും ഇന്ത്യയുടെ ഊർജസ്വലമായ സാംസ്കാരിക പ്രൗഢി പ്രതിഫലിപ്പിക്കുന്നു. കേരളത്തിലെ ജനങ്ങൾക്ക് എല്ലായ്പ്പോഴും മെച്ചപ്പെട്ട ആരോഗ്യവും വിജയവും കൈവരട്ടെ.”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x

Media Coverage

10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 এপ্ৰিল 2026
April 10, 2026

Safe Anchor, Green Engine, Digital Dynamo: PM Modi’s Blueprint for India’s Economic Renaissance