প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কানাড়া ৰাজ্যোৎসৱ উপলক্ষ্যে  কৰ্ণাটকবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

 

শ্ৰী মোদীয়ে কয় যে এই দিৱসে উৎকৃষ্টতা আৰু পৰিশ্ৰমী হিচাবে  পৰিচিত কৰ্ণাটকৰ জনসাধাৰণৰ মনোভাবক প্ৰতিফলিত কৰে।   লগতে ৰাজ্যখনৰ সাহিত্য, শিল্প, সংগীত আদিত প্ৰতিফলিত হোৱা অসাধাৰণ সংস্কৃতিকো এই দিৱসে উদযাপন কৰে। তেওঁ কৰ্ণাটকে প্ৰজ্ঞাৰ মাজত শিপাই থকা প্ৰগতিৰ মনোভাৱক মূৰ্ত কৰি তোলা  বুলি মন্তব্য কৰি ৰাজ্যখনৰ জনসাধাৰণৰ সুখ আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনায় ।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইবুলি পোষ্ট কৰিছে;

‘আজি আমি যেতিয়া কানাড়া ৰাজ্যোৎসৱ উদযাপন কৰিছো, তেতিয়া উৎকৃষ্টতা আৰু পৰিশ্ৰমী  হিচাবে পৰিচিত কৰ্ণাটকৰ জনসাধাৰণৰ মনোভাবক উদযাপন কৰিছো ।আমি লগতে সাহিত্য, শিল্প, সংগীত আদিক প্ৰতিফলিত কৰা  কৰ্ণাটকৰ অসাধাৰণ সংস্কৃতিকো  উদযাপন কৰিছো।ৰাজ্যখনে প্ৰজ্ঞাৰ মাজত  শিপাই থকা প্ৰগতিৰ মনোভাৱক মূৰ্ত কৰি তুলিছে। ৰাজ্যখনৰ  জনসাধাৰণ যাতে সুখী আৰু সুস্থ হৈ থাকে তাৰ বাবে প্ৰাৰ্থনা জনাইছো।””

 

 

 

“ಇಂದು, ನಾವು ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವವನ್ನು ಆಚರಿಸುತ್ತಿರುವಾಗ, ಕರ್ನಾಟಕದ ಜನರಿಗೆ ಪ್ರತೀಕವಾಗಿರುವ ಶ್ರೇಷ್ಠತೆ ಮತ್ತು ಶ್ರಮಶೀಲ ಸ್ವಭಾವವನ್ನು ನಾವು ಆಚರಿಸುತ್ತೇವೆ. ಸಾಹಿತ್ಯ, ಕಲೆ, ಸಂಗೀತ ಮತ್ತಿತರ ಕ್ಷೇತ್ರಗಳಲ್ಲಿ ಪ್ರತಿಫಲಿಸುವ ಕರ್ನಾಟಕದ ಶ್ರೀಮಂತ ಸಂಸ್ಕೃತಿಯನ್ನು ಸಹ ನಾವು ಆಚರಿಸುತ್ತೇವೆ. ಈ ರಾಜ್ಯವು ಜ್ಞಾನದಲ್ಲಿ ಅಡಗಿರುವ ಪ್ರಗತಿಯ ಮನೋಭಾವವನ್ನು ಪ್ರತಿಬಿಂಬಿಸುತ್ತದೆ. ರಾಜ್ಯದ ಜನರು ಸಂತೋಷ ಮತ್ತು ಆರೋಗ್ಯದಿಂದ ಇರಲಿ ಎಂದು ನಾನು ಪ್ರಾರ್ಥಿಸುತ್ತೇನೆ.”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-US trade deal: US cuts tariffs to 18%, India gains edge over regional peers

Media Coverage

India-US trade deal: US cuts tariffs to 18%, India gains edge over regional peers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam emphasising the Power of Self-Confidence in Building a Developed India
February 03, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam emphasizing the transformative role of self-confidence in realizing the vision of a developed India.

In a post on X, he wrote:

"आत्मविश्वास वह शक्ति है, जिसके बल पर सब कुछ संभव है। विकसित भारत के सपने को साकार करने में देशवासियों की यही शक्ति बहुत काम आने वाली है।

श्रीर्मङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते।

दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति॥ "