‘ৰাজ্য পৰ্ব’ৰ পবিত্ৰ উপলক্ষত ওড়িশাবাসীলৈ শুভ কামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজ্য পৰ্ব’ৰ পবিত্ৰ উপলক্ষত শুভ কামনা জনালো। মই সকলোৰে সু-স্বাস্থ্য আৰু সুন্দৰ জীৱন কামনা কৰি প্ৰাৰ্থনা জনাইছো।
‘ରଜ ପର୍ବ’ର ପବିତ୍ର ଅବସରରେ ହାର୍ଦ୍ଦିକ ଶୁଭକାମନା । ସମସ୍ତଙ୍କର ଉତ୍ତମ ସ୍ୱାସ୍ଥ୍ୟ ଓ ମଙ୍ଗଳମୟ ଜୀବନ କାମନା କରୁଛି ।
— Narendra Modi (@narendramodi) June 14, 2021
Best wishes on the auspicious occasion of Raja Parba. I pray for the good health and well-being of everyone.
— Narendra Modi (@narendramodi) June 14, 2021


