প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএ দিৱসত সকলো চাৰ্টাৰ্ড একাণ্টেণ্টক শুভেচ্ছা জনায়৷ শ্ৰী মোদীয়ে লগতে এটা ভিডিঅ’ও শ্বেয়াৰ কৰে, য’ত অৰ্থনীতিৰ ক্ষেত্ৰখনত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ গুৰুত্ব ভূমিকাৰ সন্দৰ্ভত তেওঁ মত প্ৰকাশ কৰিছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“আমাৰ অৰ্থনীতিত এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্টৰ এক গুৰূত্বপূৰ্ণ ভূমিকা আছে৷ চিএ দিৱসত সকলো চাৰ্টাৰ্ড একাউণ্টেণ্টক শুভেচ্ছা জনাইছো৷ তেওঁলোকে অৰ্থনীতিৰ বিকাশৰ বাবে অধিক পৰিশ্ৰম কৰাৰ লগতে স্বচ্ছতা বজাই ৰখাৰ কাম কৰি যাওক, তাকে কামনা কৰিলো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Big milestone’: India’s first made-in-India military transport plane C295 completes maiden test-flight

Media Coverage

Big milestone’: India’s first made-in-India military transport plane C295 completes maiden test-flight
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting agriculture and crops as the foundation of human life
June 11, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that agriculture is not merely a means of livelihood, but the fundamental basis of the nourishment of society and the nation.

The Prime Minister posted on X:

"कृषि केवल जीविका का साधन नहीं, बल्कि समाज और राष्ट्र के पोषण का मूल आधार है। हमारे किसान भाई-बहनों का पसीना जब मिट्टी में मिलता है तो अन्न बनकर देशवासियों के जीवन को संबल देता है।

ते कृषिं च सस्यं च मनुष्या उप जीवन्ति।
कृष्टराधिरुपजीवनीयो भवति य एवं वेद॥

#12YearsOfKisanSamriddhi"

Agriculture and crops are the very foundation of human life. One who understands this truth carries out agricultural work properly and through it, society is sustained and nourished.