প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেবাননৰ বেইৰুট চহৰত ভয়ংকৰ বিস্ফোৰণক লৈ হতবাক হোৱাৰ লগতে দুখ প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “বেইৰুট চহৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণত হতবাক হোৱাৰ লগতে মানুহৰ প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষয়-ক্ষতিৰ বাবে দুঃখিত হৈছো৷ মই শোক সন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2026
July 04, 2026

PM Modi’s Viksit Bharat Vision in Action: Modern Infrastructure, Strategic Strength & Economic Progress