প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তকলা আৰু লোক শিল্পৰ দিশত ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন)ত শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দ প্ৰকাশ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “হস্তকলা আৰু লোক শিল্পৰ দিশত @ইউনেস্ক’ৰ সৃষ্টিশীল চহৰৰ নেটৱৰ্ক(ইউচিচিএন)ত শ্ৰীনগৰ অন্তৰ্ভূক্ত হোৱাক লৈ আনন্দিত হৈছো৷ এয়া শ্ৰীনগৰৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি উপযুক্ত স্বীকৃতি৷ জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ প্ৰতি অভিনন্দন জনালো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO

Media Coverage

India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মাৰ্চ 2026
March 03, 2026

Citizens Express Their Appreciation on Heartfelt Leadership, Historic Gains: PM Modi’s India Shines in Conservation, Commerce, and Clean Energy