প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫% প্ৰাপ্তবয়স্ক লোক সম্পূৰ্ণ টিকাকৰণ কৰা উপলক্ষে আনন্দ প্ৰকাশ কৰে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “৭৫% প্ৰাপ্তবয়স্ক লোক সম্পূৰ্ণ টিকাকৰণ কৰিছে৷

এই স্মৰণীয় ক্ষণৰ বাবে আমাৰ শ্ৰদ্ধাৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰিছো৷

আমাৰ টিকাকৰণ অভিযান সফল কৰি তোলা সকলো ব্যক্তিক লৈ গৌৰৱবোধ কৰিছো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Political stability helped India seal major trade deals: PM Narendra Modi

Media Coverage

Political stability helped India seal major trade deals: PM Narendra Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in fire mishap in Bhiwadi, Rajasthan
February 16, 2026

Prime Minister Shri Narendra Modi today condoled the loss of lives fire mishap in Bhiwadi, Rajasthan.

The PMO India handle in post on X said:

“The fire mishap in Bhiwadi, Rajasthan, is tragic and deeply saddening. My condolences to those who have lost their loved ones. I pray for the speedy recovery of those injured: PM @narendramodi”