PM says this is an outstanding achievement and will empower several lives

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গাঁওসমূহৰ ৬০% ঘৰত টেপযোগে পানী সংযোগেৰে সামৰি লোৱাক লৈ আনন্দ প্ৰকাশ কৰে কৰাৰ লগতে কয় যে এয়া এক অভূতপূৰ্ব সফলতা আৰু ইয়াৰ দ্বাৰা বহুতৰে জীৱন সবল হ’ব৷ শ্ৰী মোদীয়ে লগতে কয় যে আমি আনকি অনাগত দিনত অধিক ক্ষিপ্ৰ গতিৰে এই টেপসংযোগ প্ৰদানৰ পৰিমাণ বৃদ্ধিৰ হকে সম্ভাব্য সকলো কাম কৰি আছো৷

কে্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,

“এয়া এক অভূতপূৰ্ব সফলতা আৰু ইয়াৰ দ্বাৰা বহুতৰে জীৱন সবল হ’ব৷ আমি আনকি অনাগত দিনত অধিক ক্ষিপ্ৰ গতিৰে এই টেপসংযোগ প্ৰদানৰ পৰিমাণ বৃদ্ধিৰ হকে সম্ভাব্য সকলো কাম কৰি আছো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As Naxalism ends in Chhattisgarh, village gets tap water for first time

Media Coverage

As Naxalism ends in Chhattisgarh, village gets tap water for first time
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 এপ্ৰিল 2026
April 13, 2026

Nari Shakti, 7% Growth & Global Respect: PM Modi Leadership Formula India is Celebrating