প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী ৰাম সুতাৰ এগৰাকী প্ৰখ্যাত ভাস্কৰ্যশিল্পী আছিল যাৰ দক্ষতাই কেৱাদিয়াত থকা ষ্টেচু অৱ ইউনিটীকে ধৰি ভাৰতক ইয়াৰ কেতবোৰ অন্যতম পৰিচিতি প্ৰদান কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ কাম-কাজ ভাৰতৰ ইতিহাস, সংস্কৃতি আৰু সামূহিক চেতনাৰ শক্তিশালী অভিব্যক্তি হিচাপে সদায় প্ৰশংসিত হ'ব আৰু তেওঁ অনাগত প্ৰজন্মৰ বাবে ৰাষ্ট্ৰীয় গৌৰৱক অমৰ কৰি ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ কৰ্মই শিল্পী আৰু নাগৰিকক একেধৰণে অনুপ্ৰাণিত কৰি ৰাখিব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

"শ্ৰী ৰাম সুতাৰ জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো, তেওঁ আছিল এজন উল্লেখযোগ্য ভাস্কৰ্যশিল্পী যাৰ দক্ষতাই কেৱাদিয়াৰ ষ্টেচু অৱ ইউনিটীকে ধৰি ভাৰতক ইয়াৰ কেতবোৰ অন্যতম পৰিচিতি প্ৰদান কৰিছে। ভাৰতৰ ইতিহাস, সংস্কৃতি আৰু সামূহিক চেতনাৰ শক্তিশালী অভিব্যক্তি হিচাপে তেওঁৰ কামবোৰ সদায় প্ৰশংসিত হ'ব। তেওঁ অনাগত প্ৰজন্মৰ বাবে ৰাষ্ট্ৰীয় গৌৰৱক অমৰ কৰি ৰাখিছে। তেওঁৰ কাম-কাজে শিল্পী আৰু নাগৰিকক একেধৰণে অনুপ্ৰাণিত কৰি ৰাখিব। তেওঁৰ পৰিয়াল, গুণানুৰাগী আৰু তেওঁৰ তাৎপৰ্যপূৰ্ণ জীৱন আৰু কৰ্মই চুই যোৱা সকলোৰে প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order

Media Coverage

Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam Invoking Blessings for Health, Longevity and Service to the Nation
February 06, 2026

Prime Minister Shri Narendra Modi today drew upon India’s timeless civilizational wisdom, invoking a prayer that reflects the nation’s collective aspiration for health, longevity, and devotion to service.

The Prime Minister emphasized that this invocation embodies the spirit of India’s cultural heritage—where reverence for the Earth, commitment to well‑being, and dedication to service form the foundation of national progress.

Quoting an ancient Sanskrit verse, the Prime Minister said:

“उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः।

दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम॥“