আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস উপলক্ষে মা ধৰিত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস উপলক্ষে আমি সকলোৱে আমাৰ পৃথিৱীখনে আমাৰ প্ৰতি লোৱা তত্বাৱধান আৰু কৰুণাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। আহক, আমি সকলোৱে এক স্বচ্ছ, স্বাস্থ্যসন্মত আৰু অধিক সমৃদ্ধিশালী পৃথিৱী গঢ় দিয়াৰ দিশত কাম কৰো। ক’ভিড-১৯ক পৰাজিত কৰাৰ বাবে অগ্ৰণী ভূমিকা লৈ কাম কৰাসকলৰ প্ৰতি আমি প্ৰেৰণা যোগাও।”.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How 2025 delivered a plot twist to India’s auto story

Media Coverage

How 2025 delivered a plot twist to India’s auto story
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...