প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক নিলামত অংশ ল’বলৈ আৰু তেওঁ লাভ কৰা স্মাৰকসমূহৰ বাবে নিবিদা দাখিল কৰিবলৈ উৎসাহিত কৰিছে। শ্ৰী মোদীয়ে জনায় যে এই উপাৰ্জন নমামী গঙ্গে প্ৰকল্পলৈ উৎসৰ্গিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"মই বিগত বছৰবোৰত লাভ কৰা স্মাৰকসমূহৰ নিলামৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি পাই সঁচাকৈয়ে উৎফুল্লিত হৈছো। আপোনালোক এই কথা অৱগত যে ইয়াৰ পৰা হোৱা  উপাৰ্জনবোৰ নমামি গঙ্গেৰ বাবে উৎসৰ্গিত। মই লাভ কৰা স্মাৰকসমূহৰ বাবে বিনয়েৰে সকলোকে নিবিদা প্ৰক্ৰিয়াত যোগদান কৰিবলৈ উৎসাহিত কৰিছো। pmmementos.gov.in/#/ "

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi