প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-ফিতৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"ঈদ-উল-ফিতৰ উপলক্ষে শুভেচ্ছা। আমাৰ সমাজত সংহতি আৰু সহমৰ্মিতাৰ ভাব অব্যাহত থাকক। মই লগতে সকলোৰে সুস্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছো। ঈদ মোবাৰক!"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari