‘এছিয়ান পেৰা গে’মছ’ত আজি পুৰুষৰ ‘ডিচকাছ থ্ৰো-এফ ৫৪/৫৫/৫৬’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে যোগেশ কাথুনিয়াক অভিনন্দন জ্ঞাপন কৰে  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। 

তেওঁ কয় যে কাথুনিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু উৎকৃষ্ট প্ৰদৰ্শনে আমাৰ দেশক গৌৰৱেৰে উদ্বেলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে: 

"পুৰুষৰ ‘ডিচকাছ থ্ৰো-এফ ৫৪/৫৫/৫৬’ত অসামান্য প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰাৰ বাবে যোগেশ কাথুনিয়াক বহুত অভিনন্দন জনাইছোঁ। তেওঁৰ প্ৰতিশ্ৰুতি আৰু উৎকৃষ্ট প্ৰদৰ্শনে আমাৰ দেশক গৌৰৱেৰে উদ্বেলিত কৰিছে।"

 "পুৰুষৰ ‘ডিচকাছ থ্ৰো-এফ ৫৪/৫৫/৫৬’ত অসামান্য প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰাৰ বাবে @YogeshKathuniyaক অভিনন্দন জনাইছোঁ। তেওঁৰ প্ৰতিশ্ৰুতি আৰু উৎকৃষ্ট প্ৰদৰ্শনে আমাৰ দেশক গৌৰৱেৰে উদ্বেলিত কৰিছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PMAY-U Nears 1.25 Crore Homes: Top 10 States With The Highest PMAY-U Completion Rates

Media Coverage

PMAY-U Nears 1.25 Crore Homes: Top 10 States With The Highest PMAY-U Completion Rates
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুন 2026
June 24, 2026

Appreciation for PM Modi’s Vision for Holistic Growth, Furthering Technology as well as Traditions