প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তথ্যচিত্ৰ নিৰ্মাতা কাৰ্তিকী গনচালভেছ, চলচ্চিত্ৰ প্ৰযোজক গুনীত মংগা আৰু 'দ্য এলিফেণ্ট হুইচপাৰছ'ৰ গোটেই দলটোক শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি চলচ্চিত্ৰৰ অস্কাৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

একাডেমীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"এই সন্মানৰ বাবে @EarthSpectrum, @guneetm আৰু 'দ্য এলিফেণ্ট হুইচপাৰছ'ৰ গোটেই দলটোক অভিনন্দন জনাইছো। তেওঁলোকৰ কামে বহনক্ষম বিকাশ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাৰ গুৰুত্বক আশ্চৰ্যজনকভাৱে আলোকপাত কৰিছে। #Oscars "

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Food processing PLI scheme exceeds investment and employment targets with ₹9,207 crore investment

Media Coverage

Food processing PLI scheme exceeds investment and employment targets with ₹9,207 crore investment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch