প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট টীমক আইচিচি পুৰুষ টি-২০ বিশ্বকাপ জয়ৰ বাবে অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে এই উল্লেখযোগ্য জয়ে অসামান্য দক্ষতা, দৃঢ়তা আৰু টীমৱৰ্কৰ প্ৰতিফলন ঘটাইছে। তেওঁ উল্লেখ কৰে যে টীমটোৱে প্ৰতিযোগিতাখনত অসাধাৰণ ধৈৰ্য্য প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই বিজয়ে প্ৰতিজন ভাৰতীয়ৰে হৃদয় গৌৰৱ আৰু আনন্দেৰে ভৰাই তুলিছে।

এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“চেম্পিয়ন!

ভাৰতীয় ক্ৰিকেট টীমক আইচিচি পুৰুষ টি-২০ বিশ্বকাপ জয়ৰ বাবে অভিনন্দন জনাইছো!

এই উল্লেখযোগ্য জয়ে অসামান্য দক্ষতা, দৃঢ়তা আৰু টীমৱৰ্কৰ প্ৰতিফলন ঘটাইছে। টীমটোৱে প্ৰতিযোগিতাখনত অসাধাৰণ ধৈৰ্য্য প্ৰদৰ্শন কৰিছে।

এই বিজয়ে প্ৰতিজন ভাৰতীয়ৰে হৃদয় গৌৰৱ আৰু আনন্দেৰে ভৰাই তুলিছে।

বঢ়িয়া টীম ইণ্ডিয়া!”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways deploys AI on tracks, trains and stations to boost safety

Media Coverage

Railways deploys AI on tracks, trains and stations to boost safety
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value and transformative power of knowledge
September 09, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that wisdom teaches the art of living in harmony with society. He said that knowledge imparts wisdom and prosperity, fills the heart with joy and enhances one’s dignity.

The Prime Minister shared a Sanskrit Subhashitam-

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”

The Subhashitam conveys that wisdom teaches the art of living in harmony with society. It grants knowledge and prosperity, fills the heart with joy, and raises one's dignity. Thus, wisdom is as precious as service to righteous governance, beloved by the heart, and a force that uplifts life.

The Prime Minister wrote on X;

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”