Share
 
Comments

চিবিএছইয়ে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পাছত প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়:

"মই সেই সকলোকে অভিনন্দন জনাইছো যিসকল তেওঁলোকৰ চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। মই তেওঁলোকক সন্মুখত থকা এটা ফলপ্ৰসু শৈক্ষিক যাত্ৰাৰ বাবে শুভেচ্ছা জনাইছো। মই নিশ্চিত যে অনাগত সময়ত এই নৱ প্ৰজন্মই সফলতাৰ নতুন উচ্চতাত আৰোহণ কৰিব।"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India a shining star of global economy: S&P Chief Economist

Media Coverage

India a shining star of global economy: S&P Chief Economist
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 ছেপ্টেম্বৰ 2022
September 25, 2022
Share
 
Comments

Nation tunes in to PM Modi’s Mann Ki Baat.