প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ সফলতাৰে চাইকেলেৰে যাত্ৰা কৰা  শ্ৰীযুত এছ সুৰেশ কুমাৰ জীৰ উল্লেখযোগ্য কৃতিত্বক প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই কৃতিত্ব কেৱল প্ৰশংসনীয় আৰু প্ৰেৰণাদায়কেই নহয়, বিশেষকৈ স্বাস্থ্যৰ  ক্ষেত্ৰত উল্লেখযোগ্য কথা। এই কৃতিত্ব শ্ৰী সুৰেশ কুমাৰ জীৰ দৃঢ়তা আৰু অনমনীয় মনোভাৱৰ প্ৰমাণো।

প্ৰধানমন্ত্ৰীয়ে  কয় যে এনে প্ৰচেষ্টাই সামগ্ৰিকভাৱে সমাজৰ বাবে ফিটনেছ আৰু দৃঢ়তাৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই নিব।

প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে শ্ৰী সুৰেশ কুমাৰ জীৰ সৈতে কথা পাতি তেওঁৰ প্ৰচেষ্টাক অভিনন্দন জনায়, এই যাত্ৰা সম্ভৱ কৰি তোলা সাহস আৰু অধ্যৱসায়ৰ শলাগ লয়।

এক্সত দিয়া  পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

‘শ্ৰী এছ সুৰেশ কুমাৰ জীয়ে বাংগালুৰুৰ পৰা কন্যাকুমাৰীলৈ চাইকেল চলোৱাৰ কৃতিত্ব প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক।স্বাস্থ্যৰ বিপৰ্যয় অতিক্ৰম কৰাৰ পিছত এই কাম কৰাটোৱে তেওঁৰ দৃঢ়তা আৰু অনমনীয় মনোভাৱক উজ্জ্বল কৰি তুলিছে।ই ফিটনেছৰ এক গুৰুত্বপূৰ্ণ বাৰ্তাও দিয়ে।

তেওঁৰ লগত কথা পাতি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ  আৰু প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়।

@nimmasuresh

 

https://timesofindia.indiatimes.com/city/bengaluru/age-illness-no-bar-at-70-bengaluru-legislator-pedals-702km-to-kanyakumari-in-five-days/articleshow/126258645.cms#

 

 

“ಬೆಂಗಳೂರಿನಿಂದ ಕನ್ಯಾಕುಮಾರಿಯವರೆಗೆ ಸೈಕಲ್ ಸವಾರಿ ಕೈಗೊಂಡ ಶ್ರೀ ಎಸ್. ಸುರೇಶ್ ಕುಮಾರ್ ಅವರ ಸಾಧನೆ ಶ್ಲಾಘನೀಯ ಮತ್ತು ಸ್ಫೂರ್ತಿದಾಯಕವಾಗಿದೆ. ಆರೋಗ್ಯದ ಹಿನ್ನಡೆಗಳನ್ನು ಮೆಟ್ಟಿ ನಿಂತು ಅವರು ಈ ಸಾಧನೆ ಮಾಡಿರುವುದು ಅವರ ದೃಢ ನಿರ್ಧಾರ ಮತ್ತು ಅಚಲ ಮನೋಭಾವವನ್ನು ಎತ್ತಿ ತೋರಿಸುತ್ತದೆ. ಇದು ಫಿಟ್ನೆಸ್ ಕುರಿತು ಪ್ರಮುಖ ಸಂದೇಶವನ್ನೂ ನೀಡುತ್ತದೆ.

ಅವರೊಂದಿಗೆ ಮಾತನಾಡಿ, ಅವರ ಈ ಪ್ರಯತ್ನಕ್ಕೆ ಅಭಿನಂದನೆ ಸಲ್ಲಿಸಿದೆ.

@nimmasuresh

 

https://timesofindia.indiatimes.com/city/bengaluru/age-illness-no-bar-at-70-bengaluru-legislator-pedals-702km-to-kanyakumari-in-five-days/articleshow/126258645.cms#

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw

Media Coverage

Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 জুলাই 2026
July 07, 2026

PM Modi Elevating India’s Global Standing Through Diplomacy and Development