প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী নায়াব সিং ছাইনীক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে নায়াব সিং ছাইনী আৰু তেওঁৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে বহুত অভিনন্দন জনাইছো। এই দলটো হৈছে সুশাসন আৰু অভিজ্ঞতাৰ এক অনন্য সমন্বয়, যি ৰাজ্যখনৰ জনসাধাৰণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নক এক নতুন শীৰ্ষলৈ লৈ যাব। মই নিশ্চিত যে দ্বৈত ইঞ্জিনৰ চৰকাৰখনে দৰিদ্ৰ, কৃষক, যুৱচাম আৰু মহিলাসকলৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতি সেৱা আগবঢ়োৱাত কোনোধৰণৰ কাৰ্পণ্য নকৰিব।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian coffee exports reach 140 countries in FY2025–26

Media Coverage

Indian coffee exports reach 140 countries in FY2025–26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥