প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানক স্বীকৃতি জনাই শ্ৰী মিথুন চক্ৰৱৰ্তীক সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প্ৰদানৰ বাবে অভিনেতাজনক অভিনন্দন জ্ঞাপন কৰে। অভিনেতাগৰাকীক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ এগৰাকী সাংস্কৃতিক আইকন, তেওঁৰ বহুমুখী অভিনয়ৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত তেওঁ প্ৰশংসিত হৈ আহিছে।


কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এক্সৰ এটি বাৰ্তালৈ সঁহাৰি জনাই তেখেতে লিখিছেঃ

 

“ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানক স্বীকৃতি জনাই শ্ৰী মিথুন চক্ৰৱৰ্তী ডাঙৰীয়াক সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প্ৰদানত আনন্দিত হৈছোঁ। তেওঁ এগৰাকী সাংস্কৃতিক আইকন, বহুমুখী অভিনয়ৰ বাবে তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰশংসিত হৈ আহিছে। তেওঁলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মে’ 2026
May 11, 2026

Society Above Politics: PM Modi’s Call for a Stronger, Self-Reliant & Sacred Bharat