প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰী জগদীপ ধনখৰক অভিনন্দন জ্ঞাপন কৰিছে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“সকলো দলৰ ব্যাপক সমৰ্থনেৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰী জগদীপ ধনখৰ জীক অভিনন্দন জনাইছো৷ মোৰ বিশ্বাস যে তেওঁ এগৰাকী অসাধাৰণ উপ-ৰাষ্ট্ৰপতি হ’ব৷ তেওঁৰ বুদ্ধি আৰু প্ৰজ্ঞাৰ জৰিয়তে আমাৰ দেশখনৰ প্ৰচণ্ড লাভ হ’ব।” @jdhankhar1"

“মই সকলো সাংসদত ধন্যবাদ জনাইছো, যিসকলে শ্ৰী ধনখৰ জীক ভোটদান কৰিলে৷ যি সময়ত ভাৰতে আজাদী কা অমৃত মহোৎসৱ পালন কৰিছে, সেই সময়ত আমি উৎকৃষ্ট আইনী জ্ঞান আৰু বৌদ্ধিক দক্ষতা থকা এজন কৃষকৰ পুত্ৰক উপ-ৰাষ্ট্ৰপতি হিচাপে লাভ কৰি গৌৰৱবোধ কৰিছো৷@jdhankhar1”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka

Media Coverage

Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions