পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা শ্ৰী চৰণজিত্ সিং চান্নীলৈ অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰকাশ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা শ্ৰী চৰণজিত্ সিং চান্নী জীলৈ অভিনন্দন জনাইছো। পাঞ্জাৱৰ জন-সাধাৰণৰ কল্যাণৰ বাবে পাঞ্জাৱ চৰকাৰৰ সৈতে নিৰন্তৰ কাম যাব বুলি আশা কৰিলো”।
Congratulations to Shri Charanjit Singh Channi Ji on being sworn-in as Punjab’s Chief Minister. Will continue to work with the Punjab government for the betterment of the people of Punjab.
— Narendra Modi (@narendramodi) September 20, 2021


