বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ৰ স্কোয়াচ মিক্সড ডাবলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সৌৰভ ঘোষাল আৰু দীপিকা পল্লীকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

"চিডব্লিউজিত আমাৰ খেলুৱৈসকলে ভিন্ন ক্ৰীড়াত পাৰদৰ্শিতা প্ৰদৰ্শন কৰাটো আনন্দৰ বতৰা। স্কোয়াচ মিক্সড ডাবলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে @SauravGhosal আৰু @DipikaPallikal ক অভিনন্দন জনালো। তেওঁলোকে পৰম দক্ষতা আৰু টীমৱৰ্ক প্ৰদৰ্শন কৰিছে। তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিলো। # Cheer4India"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi