বাৰ্মিংহামত অনুষ্ঠিত ‘চিডব্লিউজি ২০২২’-ত পুৰুষৰ ৯২+ কিলোগ্ৰাম শাখাৰ বক্সিং-ত ৰূপৰ পদক জয় কৰাৰ বাবে সাগৰ আহলাৱাটক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“সাগৰ আহলাৱাটে সুন্দৰকৈ যুঁজিছিল। ‘চিডব্লিউজি’ত বক্সিং-ৰ ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। এইবিধ ক্ৰীড়াৰ তেওঁ ভাৰতৰ এগৰাকী মহাশক্তিধৰ খেলুৱৈ আৰু তেওঁৰ সাফল্যই যুৱ-প্ৰজন্মৰ বক্সাৰসকলক অনুপ্ৰাণিত কৰিব। আগন্তুক সময়তো তেওঁ ভাৰতক গৌৰৱান্বিত কৰি যাব বুলি আশা কৰিলো।#Cheer4India”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi