প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ ‘এছিয়ান পেৰা গে’মছ’ত পুৰুষৰ ‘১৫০০ মিটাৰ টি-৩৮ প্ৰতিযোগিতা’ত সোণৰ পদক অৰ্জন কৰাৰ বাবে ৰমন শৰ্মাক অভিনন্দন জ্ঞাপন কৰে।
তেওঁ শৰ্মাৰ সংকল্পকো প্ৰশংসা কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"এছিয়ান পেৰা গে’মছ’ত পুৰুষৰ ‘১৫০০ মিটাৰ টি-৩৮ প্ৰতিযোগিতা’ত উল্লেখনীয় বিজয়ৰ বাবে ৰমন শৰ্মাক অভিনন্দন জনাইছোঁ।
তেওঁ অটল সংকল্প আৰু গতিৰ বাবেই এই বৃহৎ সফলতা অৰ্জন কৰিছে। আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জনাইছোঁ।"
Congratulations to Raman Sharma for his remarkable victory in the Men's 1500m T-38 event at the Asian Para Games.
— Narendra Modi (@narendramodi) October 27, 2023
His unwavering determination and speed have earned this great success. Best wishes for the endeavours ahead. pic.twitter.com/WBnKdup8Ew


