উপকূলীয় অনাময় ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতীয়সকলৰ উৎসাহক প্ৰশংসা কৰে

মিনিকয়, থুণ্ডি বীচ আৰু কদমত বীচে বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ সমুদ্ৰ তীৰসমূহক প্ৰদান কৰা এক পৰিৱেশ-সন্মান 'ব্লু বীচ'ৰ সন্মানীয় তালিকাত স্থান লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপৰ লোকসকলক অভিনন্দন জনায়া। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উল্লেখযোগ্য উপকূলীয় অঞ্চলৰ কথা উল্লেখ কৰে আৰু উপকূলীয় অনাময় ব্যৱস্থাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ উৎসাহক প্ৰশংসা কৰে।

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"এয়া বৰ ভাল কথা হৈছে! এই সাফল্যৰ বাবে বিশেষভাৱে মই লাক্ষাদ্বীপৰ জনসাধাৰণক অভিনন্দন জনাইছো। ভাৰতৰ উপকূলীয় অঞ্চল লক্ষণীয় আৰু উপকূলীয় অনাময় ব্যৱস্থা ৰক্ষা কৰিবলৈ আমাৰ লোকসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে । "

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's car industry may hit record 59 lakh sales in FY27 on GST boost, UV demand: Crisil Ratings

Media Coverage

India's car industry may hit record 59 lakh sales in FY27 on GST boost, UV demand: Crisil Ratings
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure