প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাবাসীক পাৰ্লি বৈজনাথ-বিকাৰাবাদ বৈদ্যুতিকৰণ প্ৰকল্পৰ বাবে অভিনন্দন জ্ঞাপন কৰে, কিয়নো ২৬৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমগ্ৰ পথটো এতিয়া বৈদ্যুতিকৰণ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"এই অভিযানলৈ অজস্ৰ শুভেচ্ছা থাকিল আৰু কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ লোকসকলক অভিনন্দন জনাইছো, যিসকলে এই বিশেষ প্ৰসাৰৰ পৰা লাভান্বিত হ'ব।"
More power to this Mission and congratulations to the people from Karnataka, Maharashtra and Telangana who will benefit from this particular stretch. https://t.co/AUpHTszu6Q
— Narendra Modi (@narendramodi) February 3, 2023


